November 25, 2024 6:59 PM November 25, 2024 6:59 PM
12
সংবিধান দিৱসৰ পূৰ্বে আকাশবাণীৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ ওম বিৰলাৰ
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংবিধানখন ৰাজনৈতিক সংকীৰ্ণ প্রিজমৰ মাজেৰে চাব নালাগে বুলি কৈ একাংশ পক্ষই সংবিধানক ভাবুকিৰ সন্মুখীন হোৱা বুলি উত্থাপন কৰা অভিযোগ নাকচ কৰিছে। কাইলৈ পালন কৰিবলগীয়া সংবিধান দিৱসৰ পূৰ্বে আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰী বিমলাই সংবিধানখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ আৰু সমাজৰ প্ৰতিটো শ্ৰেণীয়ে ইয়াৰ ওপৰত আস্থা ৰাখে বুলি মন্তব্য কৰে। তেওঁ কয়, যে সংবিধানখন দেশৰ ১৪০ কোটি জনসাধাৰণৰ পৱিত্ৰ গ্ৰন্থ আৰু ই হৈছে – সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ উৎস। সংবিধান দিৱসত সংবিধান সভাৰ...