July 27, 2024 12:22 PM
11
ফ্ৰান্সত আৰম্ভ পেৰিছ অলিম্পিক-২০২৪
পেৰিছ অলিম্পিক ২০২৪, যোৱানিশাৰে পৰা ফ্ৰান্সত আৰম্ভ হৈছে। উদ্বোধনী অনুষ্ঠান আৰম্ভ হোৱাৰ লগে লগে বতৰে বিধি পথালি দিয়াৰ পাছতো অগণন দৰ্শকে অনুষ্ঠান উপভোগ কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে পেৰিছৰ চেইন নদীত প্রায় ৭ হাজাৰ খেলুৱৈয়ে নাৱেৰে পেৰেড কৰা এটা অগতানুগতিক অনুষ্ঠানত পেৰিছ অলিম্পিক গেমছ ২০২৪ মুকলি হোৱা বুলি ঘোষণা কৰে। ভাৰতীয় দলটোক পি ভি সিন্ধু আৰু শৰৎ কমলে নেতৃত্ব দিয়ে। মুলন ৰজৰ ৮০ গৰাকী শিল্পীয়ে গোলাপী ৰঙৰ সাজ-পোছাকত ১৮২০ চনৰ পৰা প্ৰচলিত প্ৰখ্যাত নৃত্য পৰিৱেশন কৰে। পণ্ট নট্ৰে ডেম আ...