October 1, 2024 10:15 AM October 1, 2024 10:15 AM
6
আজি আন্তঃৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ দিৱস
■ আজি আন্তঃৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলাত আজি জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হ'ব। শহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত মুকলি কৰিবলগীয়া এই শিবিৰ ৩ অক্টোবৰ পৰ্যন্ত খোলা থাকিব। পুৱা ৯ বজাৰ পৰা দিনৰ এক বজালৈ এই শিবিৰত জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব। তদুপৰি আন্তৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি বোকাখাটৰ শ্বহিদ কমলামিৰি অসামৰিক চিকিৎসালয় আৰু কাইলৈ সৰুপথাৰ সামুহিক স্বাস্থ্যকেন্দ্ৰতো প...