July 9, 2024 12:21 PM

views 14

ওড়িশাত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ ৰথ তিনিখন ঘুনুচা মন্দিৰত উপস্থিত

ওড়িশাত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ ৰথ তিনিখন কালি বিয়লি ঘুনুচা মন্দিৰত উপস্থিত হয়। ইয়াৰ জৰিয়তে পৰহি আৰম্ভ হোৱা বিশ্ব বিখ্যাত ৰথ যাত্ৰাৰ প্ৰথম খেপৰ সামৰণি পৰে। সহস্রাধিক ভক্তই ৰথ টানি নিয়া কার্যত ভাগ লোৱাৰ লগতে লক্ষাধিক ভক্তই এই ৰথযাত্ৰা দৰ্শন কৰিবলৈ পুৰীৰ গ্ৰেণ্ড ৰোডত সমৱেত হয়। তিনিগৰাকী ভগৱানৰ এই ৰথযাত্ৰা পৰহি বিয়লি আৰম্ভ হৈছিল যদিও সূৰ্যাস্তৰ বাবে ৰাতিটো যাত্ৰা বন্ধ ৰখা হয়। ১৯৭১ চনৰ পাছত প্ৰথমবাৰৰ বাবে দুদিনীয়াকৈ আয়োজিত এই ৰথযাত্ৰা কালি পুৱা পুনৰ আৰম্ভ হয়। বিশাল আ...