ডাউনলোড
মোবাইল এপ

android apple
signal

July 14, 2024 8:33 PM

ওড়িশাৰ পুৰীৰ ভগৱান জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ সকলো দ্বাৰ মুকলি

ওড়িশাৰ পুৰীৰ ভগৱান জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ সকলো দ্বাৰ আজি বিয়লি মুকলি কৰা হয়। এটা বিশেষ গোটে ৰত্ন ভাণ্ডাৰ মুকলি কৰে। উল্লেখযোগ্য যে ১৯৮৫ চনত অন্তিমবাৰৰ বাবে এই ভাণ্ডাৰ মুকলি কৰা ...