July 5, 2025 5:01 PM July 5, 2025 5:01 PM
4
ওড়িশাৰ পুৰীত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্বপ্ৰসিদ্ধ বহুড়া যাত্ৰাৰ আয়োজন
ওড়িশাৰ পুৰীত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্বপ্ৰসিদ্ধ বহুড়া যাত্ৰাৰ আয়োজন কৰা হৈছে। এই যাত্ৰাত দেৱ-দেৱীকেইগৰাকীয়ে তেওঁলোকৰ জন্মস্থান বুলি গণ্য কৰা শ্ৰী গুন্দিছা মন্দিৰত এসপ্তাহ অতিবাহিত কৰি ৰথেৰে দ্বাদশ শতিকাত তীর্থস্থান শ্রীজগন্নাথ মন্দিৰলৈ উভতি আহিব। পুৰীৰ ৰজা গজপতি মহাৰাজ দিব্য সিং দেৱে আজি দিনৰ ২.৩০ বজাৰ পৰা ৪.৩০ বজাৰ ভিতৰত শ্বেৰা পহানৰা নামেৰে জনাজাত ৰথ আনুষ্ঠানিকভাৱে পৰিস্কাৰ কৰিব। ইয়াৰ পাছত তিনিওখন ৰথত ঘোঁৰা যুটি দিয়া হ'ব। বিয়লি ৪ বজাত ৰথ টনাৰ পৰম্পৰা আৰম্ভ হ'ব। ...