February 4, 2025 12:55 PM February 4, 2025 12:55 PM
4
আই এছ এল ফুটবলত ওড়িশা ফুটবল ক্লাব আৰু আৰু নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ খেল ড্ৰ’
আই এছ এল ফুটবল প্রতিযোগিতাত কালি সন্ধিয়া ওড়িশাৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত ওড়িশা ফুটবল ক্লাব আৰু আৰু নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মাজৰ খেলখন ২-২ গ'লত অমীংমাসিত হৈ ৰয়। নৰ্থ-ইষ্ট ইউনাইটেডৰ হৈ আলাদ্দিন আজাৰায়ে খেলখনৰ ৬৭ মিনিটত প্ৰথমটো গ'ল দিয়ে। খেলখনৰ ৭৮ মিনিটত ওড়িশাৰ থৈবা সিং মৈৰাংথেমে এটা গ’ল দি সমতা স্থাপন কৰে। পুনৰ ৮৩ মিনিটত আজাৰায়ে নৰ্থ-ইষ্টৰ হৈ দ্বিতীয়টো গ'ল দিয়ে যদিও অতিৰিক্ত সময়ত আইজাক ভানলালৰুৱাতফেলাই ওড়িশা ফুটবল ক্লাবৰ হৈ এটা গ’ল দিয়াত খেলখন অমীমাংসিত হয় ৰয়। প্রতিযোগিতাত...