June 10, 2024 11:43 AM June 10, 2024 11:43 AM

views 13

ওড়িশাত বুধবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা

ওড়িশাত পৰহিলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যখনত আজি এই শপতগ্রহণ অনুষ্ঠান হোৱাৰ কথা আছিল যদিও মুখ্যমন্ত্রী নির্বাচন চূড়ান্ত নোহোৱাত এই অনুষ্ঠান বুধবাৰলৈ পিছুৱাই দিয়া হৈছে। দলটোৰ নেতা যতীন মোহান্তি আৰু বিজয়পাল সিং টোমৰে কালি শপতগ্রহণ অনুষ্ঠান পিছুৱাই দিয়াৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। নেতাদ্বয়ে সদৰি কৰা মতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্রীয় চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানত ব্যস্ত থাকিবলগীয়া হোৱাৰ বাবেই ৰাজ্যখনৰ শপতগ্রহণ অনুষ্ঠান দুদিন পিছুৱাই দিয়া...