January 14, 2025 10:50 AM January 14, 2025 10:50 AM
17
ওড়িশা, আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য আঁচনি ৰূপায়ণ কৰা ৩৪ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত
ওড়িশা, আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য আঁচনি ৰূপায়ণ কৰা ৩৪ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালক বছৰি ৫ লাখ টকাৰ স্বাস্থ্য সুবিধা প্ৰদাৰ কৰা হ'ব। ওড়িশা চৰকাৰক ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগে নতুন দিল্লীত কালি এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই এই আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত এতিয়ালৈ ৮ কোটিতকৈও অধিক লোকক স্বাস্থ্য সেৱা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে। তেও...