October 18, 2025 12:44 PM October 18, 2025 12:44 PM

views 5

এগৰাকী নতুন মন্ত্ৰীৰ অন্তর্ভুক্তিৰে আজি ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ

এগৰাকী নতুন মন্ত্ৰীৰ অন্তর্ভুক্তিৰে আজি ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হয়। আজি দিনৰ ১১ বজাত গুৱাহাটীৰ ৰাজভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্য্যই বি পি এফ দলৰ চৰণ বড়োক কেবিনেট মন্ত্রীৰূপে শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এন ডি এ বিকশিত অসমৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। বড়োভূমিৰ শান্ত, প্ৰগতি আৰু সমাজৰ সকলো শ্ৰেণীৰ সমন্বয়ৰ বাবে সকলোৱে লগলাগি চেষ্...