July 25, 2025 8:00 PM

views 15

৭খন নতুন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ ৰাজভৱনত শপত গ্ৰহণ

মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা ৰ কৰে। ৰাজ্যপাল তথা বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য লক্ষ্মণ প্রসাদ আচাৰ্যই নৱনিযুক্ত উপাচাৰ্যসকলক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মহাদেৱ পাটগিৰীয়ে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, গণেশ চন্দ্ৰ ৱাৰিয়ে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, নিৰঞ্জন ৰয়ে গুৰুচৰণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, জ্যোতি প্ৰসাদ শ‍ইকীয়াই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচার্য, ড০ হিতেশ ডেকাই নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, মুকুল বৰাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়...