August 6, 2025 7:43 PM August 6, 2025 7:43 PM

views 7

অসমত মহিলাসকলৰ সুৰক্ষাজনিত বিষয় সন্দৰ্ভত আলোচনা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ অহা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এটা দলে আজি ৰাজ্যৰ মুখ্য সচিব আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে মহিলাসকলৰ সুৰক্ষাজনিত বিষয় সন্দৰ্ভত আলোচনা কৰে। আয়োগৰ অধ্যক্ষ বিজয়া কিশোৰ ৰাহাতকাৰৰ নেতৃত্বৰ দলটোৱে আজি ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্য চৰকাৰে মহিলাসকলৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয়। ইয়াৰ পাছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত দলটোৱে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। দলটোৱে এখন ডিজিটেলী সুৰক্ষিত আৰু কৃত্রিম বুদ্ধি...