December 3, 2025 11:33 AM

views 26

নুমলীগড় শোধনাগাৰক কেন্দ্ৰীয় চৰকাৰৰ নৱৰত্নৰ মৰ্যাদা প্ৰদান

● নুমলীগড় শোধনাগাৰক কেন্দ্ৰীয় চৰকাৰে নৱৰত্নৰ মৰ্যাদা প্ৰদান কৰিছে। কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে নুমলীগড় শোধনাগাৰক নৱৰত্ন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপে কালি অনুমোদন জনায়। পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই অসম তথা উত্তৰ-পূৰ্বাঞ্চলক শক্তিখণ্ডত অধিক শক্তিশালী হোৱাৰ পথ প্রশস্ত কৰিব। তদুপৰি শোধনাগাৰটোত অন্তর্ভুক্ত হোৱ...

September 11, 2025 1:03 PM

views 48

নুমলীগড়ত দেশৰ দ্বিতীয়টো হাইড্ৰ’জেন প্ৰকল্প আৰম্ভ কৰা হ’ব

● নুমলীগড়ত দেশৰ দ্বিতীয়টো হাইড্ৰ'জেন প্ৰকল্প আৰম্ভ কৰা হ'ব। বিকল্প শক্তিৰ উৎস হিচাপে এই প্ৰকল্পটো আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নুমলীগড় ভ্ৰমণকালত সাংবাদিকৰ আগত প্ৰকাশ কৰে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অহা ১৪ ছেপ্তেম্বৰত নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয়, যে হাইড্ৰ'জেন প্ৰকল্পৰ বাবে যাৱতীয় প্রস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিবলগীয়া ...