August 19, 2024 11:40 AM

views 16

নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম এনটিপিচি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাত অসমৰ অভিজ্ঞান ভট্টাচাৰ্যৰ ব্ৰঞ্জৰ পদক

গুৱাহাটীৰ ৰাধাগোবিন্দ ক্রীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত অসম আৰ্চাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিত ল'ৰা আৰু ছোৱালীৰ প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ ছাব জুনিয়ৰ ৰিকাৰ্ভ শাখাত অসমৰ অভিজ্ঞান ভট্টাচাৰ্যই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। উল্লেখযোগ্য যে আজি সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনত ছাব জুনিয়ৰ ৰিকার্ভ আৰু কম্পাউণ্ড শাখাৰ ল'ৰা-ছোৱালী উভয়ৰে প্ৰি-কোৱাৰ্টাৰৰ লগতে পদক নির্ণয় খেল অনুষ্ঠিত হৈছিল। উভয় শাখাতে অসমৰ ৫ গৰাকী খেলুৱৈয়ে অন্তিম ১৬লৈ যোগ্যতা অৰ্জন কৰে যদিও কেৱল অভিজ্ঞান ভট্টাচার্য...