August 22, 2024 7:16 PM

views 10

দেশজুৰি কাইলৈ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন

দেশজুৰি কাইলৈ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হ'ব। দিৱসৰ এই বছৰৰ বিষয়বস্তু হৈছে- চন্দ্ৰপৃষ্ঠৰ লগতে জীৱনকো স্পৰ্শ কৰা- ভাৰতৰ মহাকাশ গাথা। এই বিষয়বস্তুৱে মহাকাশ অন্বেষণে সমাজ আৰু প্ৰযুক্তিৰ ওপৰত বিস্তাৰ কৰা প্ৰভাৱক প্ৰতিফলিত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ'বলগীয়া মূল কাৰ্যসূচী মুকলি কৰিব। উল্লেখযোগ্য যে যোৱা বছৰৰ ২৩ আগষ্টত চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰে সুৰক্ষিত আৰু মসৃণ অৱতৰণ কৰিছিল। ইয়াৰ লগে লগেই ভাৰত ...