August 27, 2024 7:44 PM

views 25

কেবিনেট সচিবৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় কাৰ্য বাহিনীৰ প্ৰথমখন বৈঠক আজি অনুষ্ঠিত

চিকিৎসা বৃত্তিত জড়িত লোকসকলৰ নিৰাপত্তা, সুৰক্ষা আৰু কাম কৰাৰ পৰিৱেশ সন্দৰ্ভত পৰামৰ্শ প্ৰদানৰ বাবে উচ্চতম ন্যায়ালয়ৰ বাবে গঠন কৰা ৰাষ্ট্ৰীয় কাৰ্য বাহিনী অর্থাৎ এন টি এফৰ প্ৰথমখন বৈঠক আজি কেবিনেট সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব আৰু স্বাস্থ্য সচিবকে ধৰি আটাইকেইগৰাকী সদস্য উপস্থিত থাকে। এই বৈঠকত বিভিন্ন বিষয় সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে সদস্যসকলে নিজৰ পৰামৰ্শ দাঙি ধৰে। উল্লেখযোগ্য যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জনসাধাৰণ আৰু অ...