December 24, 2024 8:28 PM

views 12

নেচনেল টেষ্টিং এজেঞ্চীয়ে স্বচ্ছ-সুৰক্ষিতভাৱে পৰীক্ষা অনুষ্ঠিত কৰাত সহযোগিতাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ সমন্বয় সমিতি গঠন

ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে নেচনেল টেষ্টিং এজেন্সি চমুকৈ এন টি এয়ে অনুষ্ঠিত কৰা পৰীক্ষাসমূহ স্বচ্ছ আৰু সুৰক্ষিতভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে এখন ৰাজ্যিক পৰ্যায়ৰ সমন্বয় সমিতি গঠন কৰিছে। ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সচিব মধুসুদন নাথক নডেল বিষয়া হিচাপে লৈ গঠন কৰা এই সমিতিখনে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা চক্ৰক প্ৰতিৰোধ কৰাৰ বাবে সুসংহত ৰণকৌশল যুগুত কৰিব। তদুপৰি জিলা পৰ্যায়ত চিচিটিভি নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ ক্ষেত্ৰটো সমিতিখনে ব্যৱস্থা গ্ৰহণ কৰিব। এই সমিতিখনত অস...