July 8, 2024 8:43 PM July 8, 2024 8:43 PM
22
এন টি এক নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল বিষয় সন্দৰ্ভত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এক, নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল বিষয় সন্দৰ্ভত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। সর্বোচ্চ ন্যায়ালয়ে কেন্দ্রীয় অনুসন্ধান সংস্থা চিবিআইকো এই গোচৰৰ অনুসন্ধানৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ন্যায়ালয়ে এন টি এ, কেন্দ্র আৰু চিবিআইক বুধবাৰৰ বিয়লি ৫ বজাৰ পূৰ্বে প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্দিৱালা, ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে নীট ইউ জি পৰীক্ষাৰ শুনানি ...