October 31, 2024 7:45 PM

views 20

নেচনেল আৰু বোম্বে ষ্টক একচেঞ্জৰ বাৰ্ষিক দীপাৱলী মুহুৰত ট্রেডিং সত্ৰৰ আয়োজন

নেচনেল ষ্টক একছেঞ্জ আৰু বোম্বে ষ্টক একচেঞ্জে বাৰ্ষিক দীপাৱলী মুহুৰত ট্রেডিং সত্ৰৰ আয়োজন কৰিব। এই বিশেষ সত্ৰৰে চম্বত ২০৮১ বৰ্ষ আৰম্ভ হ'ব। নেচনেল ষ্টক একছেঞ্জে জাৰি কৰা জাননি অনুসৰি কাইলৈ সন্ধিয়া ৫ বাজি ৪৫ মিনিটৰ পৰা ৬ বজালৈ বিশেষ প্ৰাক সত্ৰৰ আয়োজন কৰা হব আৰু সন্ধিয়া ৬ বজাৰ পৰা ৭ বজালৈ স্বাভাৱিক ট্রেডিং সত্ৰ চলিব।