November 11, 2025 11:50 AM November 11, 2025 11:50 AM

views 17

ছবছৰৰ পাছতো এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পূর্ণ নকৰা বিষয় সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

ছবছৰ পূৰ্বে অসমত চূড়ান্ত এন আৰ চি অৰ্থাৎ‍ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পোৱাৰ পাছতো এই পর্যন্ত এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰা বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা ব্যাখ্যা বিচাৰিছে। ন্যায়ালয়ে বিগত ছবছৰে নাগৰিক পৰিচয় পত্ৰ আৰু বাদ পৰি যোৱা নথি প্ৰদানকে ধৰি বিধিগত ব্যৱস্থাসমূহ অসম চৰকাৰে গ্ৰহণ নকৰা বিষয়টোক লৈ দেশৰ মহা পঞ্জীয়ক লোকপিয়ল আয়ুক্ত আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়কলৈও জাননী জাৰি কৰিছে। জমিয়ত-উলেমা-ই-হিন্দ আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই দাখিল...

August 22, 2025 7:53 PM August 22, 2025 7:53 PM

views 10

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ১০০% পুনৰীক্ষণৰ বাবে দাখিল কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী

উচ্চতম ন্যায়ালয়ে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ১০০ শতাংশ পুনৰীক্ষণৰ বাবে দাখিল কৰা আবেদন সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ভাৰতৰ মহা পঞ্জীয়কলৈ জাননী জাৰি কৰিছে। লগতে বৰ্তমান ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অসমৰ মুখ্যসমন্বয়ক গৰাকীলৈকো সর্বোচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছে। অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰাক্তন সমন্বয়ক তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হিতেশ দেৱশৰ্মাই যোৱা জুলাই মাহত এই সন্দৰ্ভত দাখিল কৰা আবেদন আজি ন্যায়াধীশ পি নৰসিমহা আৰু ন্যায়াধীশ অতুল চন্দুৰকাৰকলৈ গঠিত খণ্ড বিচাৰপীঠে...