December 7, 2025 7:33 PM

views 15

নগাঁও জিলাৰ নেহৰুবালিত সৰ্বভাৰতীয় হাফ মাৰাথন অনুষ্ঠিত হয়

নগাঁও জিলাৰ নেহৰুবালিত আজি জিলাখনৰ সামাজিক-সাংস্কৃতিক সংগঠন প্ৰবাহৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত সৰ্বভাৰতীয় হাফ মাৰাথন অনুষ্ঠিত হয়। তিনিটা শাখাত অনুষ্ঠিত এই প্রতিযোগিতাত মণিপুৰ, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, উত্তৰ প্ৰদেশকে ধৰি দেশৰ বিভিন্ন ঠাইৰ ৩০০ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। মাৰাথনত বিজয়ী প্ৰতিযোগীক নগদ আঢ়ৈ লাখ টকা, ট্ৰফী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট গুৰু আসনৰ প্ৰতীক খোদিত এটা স্মাৰক প্ৰদান কৰা হয়। অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠাতা মহাপুৰুষগৰাকীৰ সৃষ্টিৰাজি বিশ্ব দৰবাৰলৈ...