June 4, 2025 11:31 AM
নৰৱে দবা প্রতিযোগিতাত আমেৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ ফেবিয়ানো কাৰুয়ানাক পৰাস্ত ভাৰতীয় অর্জুন এৰিগাইচিৰ
নৰৱে দবা প্রতিযোগিতা ২০২৫ত যোৱা নিশা ভাৰতীয় অর্জুন এৰিগাইচিয়ে আমেৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ ফেবিয়ানো কাৰুয়ানাক অষ্টম ৰাউণ্ডত পৰাস্ত কৰে। আনহাতে, অষ্টম ৰাউণ্ডত আমেৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ হ...