May 13, 2025 9:30 PM
উত্তৰ-পূৰ্বাঞ্চল দেশৰ অলংকাৰঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ অলংকাৰ হিচাপে অভিহিত কৰিছে। নতুন দিল্লীত আজি মেঘালয়ৰ খাচি পাহাৰ, জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰ অঞ্চলৰ আত্মসহায়ক গোটসমূহৰ সদস্যসকলক...