May 13, 2025 9:30 PM

views 11

উত্তৰ-পূৰ্বাঞ্চল দেশৰ অলংকাৰঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ অলংকাৰ হিচাপে অভিহিত কৰিছে। নতুন দিল্লীত আজি মেঘালয়ৰ খাচি পাহাৰ, জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰ অঞ্চলৰ আত্মসহায়ক গোটসমূহৰ সদস্যসকলক সম্বোধন কৰি দিয়া ভাষণত শ্ৰীধনখড়ে আলোকপাত কৰে যে মেঘালয়ৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৩ শতাংশ বৃদ্ধি পাইছে। লুক ইষ্ট এক্ট ইষ্ট নীতিৰ অধীনত অঞ্চলটোত বিভিন্ন অগ্ৰগতিৰ বিষয়েও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ পৰ্যটন, খনি, তথ্য প্রযুক্তি, সেৱা খণ্ডৰ লগতে বিভিন্ন খণ্ডৰ বিপুল সম্ভাৱনা আছে। শ্ৰীধনখড়ে কয় যে মহিলাসকল...