July 25, 2025 1:32 PM

views 12

উত্তৰ গুৱাহাটীত গ্ৰীষ্মকালীন হস্তশিল্প আৰু পোৰামাটি শিল্পৰ কৰ্মশালা

অসম ফেকাল্টি অব ফাইন আৰ্টছ এণ্ড ক্রাফটৰ উদ্যোগত আৰু জনকল্যাণ ছ'চাইটি সংস্কৃতিক বিদ্যালয়ৰ সহযোগত উত্তৰ গুৱাহাটীত কালিৰে পৰা গ্ৰীষ্মকালীন হস্তশিল্প আৰু পোৰামাটি শিল্পৰ কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডৰ চন্দ্ৰকুমাৰ বৰদলৈ জাতীয় বিদ্যালয় প্ৰাংগনত চাৰি দিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাস্কৰ তথা চিত্রশিল্পী হৰেকৃষ্ণ তালুকদাৰ আৰু তেওঁৰ সহযোগীসকলে প্রশিক্ষণ প্ৰদান কৰিছে। অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰা এই কৰ্মশালাত ভগৱানৰ...