ডাউনলোড
মোবাইল এপ

android apple
signal

April 2, 2024 12:03 PM

শ্বিলং আৰু তুৰা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’বঃ মুখ্য নির্বাচনী বিষয়া ড° বি ডি আৰ তিৱাৰী

◊ মেঘালয়ৰ মুখ্য নির্বাচনী বিষয়া ড° বি ডি আৰ তিৱাৰীয়ে কৈছে যে, ৰাজ্যখনৰ দুখন লোকসভা আসনৰ বাবে মুঠ ২২ লাখ ২৬ হাজাৰ ৫৬৭ গৰাকী ভোটদাতাই দুগৰাকী প্রার্থী নির্বাচন কৰিব। ৰাজ্যখনৰ শ্বিলং আৰু তু...

April 1, 2024 8:37 PM

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থকাৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিছে। অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা দুই ...

April 1, 2024 6:31 PM

ৰাজ্যৰ ভিন্ন প্ৰান্তত দেওবাৰে শিলাবৃষ্টি আৰু ধুমুহাত বিস্তৰ ক্ষতি

ৰাজ্যৰ ভিন্ন প্ৰান্তত কালি অহা শিলাবৃষ্টি আৰু ধুমুহাই বিস্তৰ ক্ষতি কৰিছে। ধুমুহা, বজ্ৰপাত আৰু নাও দুৰ্ঘটনাত চাৰি গৰাকী লোকৰ মৃত্যু হৈছে। কাছাৰ, পূব কাৰ্বি আংলং, ওদালগুৰি আৰু দক্ষিণ শালমাৰ...

April 1, 2024 12:20 PM

মণিপুৰৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন

মণিপুৰৰ বিভিন্ন প্ৰান্তত কালি হোৱা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি হোৱাৰ ফলত থাউবালৰ সাপাম লেইকেই আৰু খংজম গাঁৱৰ কেইবাটাও বাসগৃহ, ভৱন তথা বহু খেতিপথাৰ ক্ষতিগ্রস্ত হয়। উত্তৰ পূৰ্বাঞ্চলৰ ৰ...