November 11, 2024 12:12 PM

views 14

উত্তৰ-পূব স্কোৱাচৰ পুৰুষ আৰু মহিলাৰ দলীয় শাখাত অসমৰ চেম্পিয়নৰ খিতাপ অৰ্জন

অসম স্কোৱাচ ৰেকেট এছোছিয়েছনৰ উদ্যোগত উদ্বোধনী বৰ্ষৰ সদৌ অসম আন্তঃস্কুল আৰু তৃতীয় উত্তৰ-পূব স্কোৱাচ প্রতিযোগিতাৰ কালি সামৰণি পৰে। প্ৰতিযোগিতাখনৰ উত্তৰ-পূব স্কোৱাচৰ পুৰুষ আৰু মহিলাৰ দলীয় শাখাত অসমে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। পুৰুষৰ শাখাত ছাৰ্ভিছেছ আৰু মহিলাৰ শাখাত মণিপুৰ দ্বিতীয় স্থান আছে। পুৰুষৰ মুকলি শাখাত অসমৰ ঈশ্বান জৈন, আদিল ৱাৰ্ছি আৰু সাৰাংশ ছাইনী ক্ৰমে প্রথম তিনিটা স্থান থাকে। আনহাতে মহিলাৰ মুকলি শাখাত মণিপুৰৰ ডব্লিউ এল ছানোৱে প্রথম, অসমৰ আদ্রিক দে দ্বিতীয় আৰু নিহাৰিকা গোস্বামীয়ে তৃত...