October 11, 2024 7:56 PM

views 16

টাটা গ্ৰুপৰ সহযোগী টাটা ন্যাসৰ অধ্যক্ষ হিচাপে নোৱেল টাটাক নিযুক্তি

নোৱেল টাটাক টাটা গ্ৰুপৰ সহযোগী টাটা ন্যাসৰ অধ্যক্ষ হিচাপে আজি নিযুক্তি দিয়া হৈছে। আজি অনুষ্ঠিত ব’ৰ্ডৰ এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰতন টাটাৰ ভাতৃ নোৱেল টাটাই ইতিমধ্যে টাটা ষ্টীল আৰু ভ'লটাছকে ধৰি কেইবাটাও উল্লেখযোগ্য কোম্পানীৰ ব'ৰ্ডত কাৰ্য্য নিৰ্বাহ কৰিছিল।