October 13, 2025 8:30 PM

views 110

২০২৫ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা ঘোষণা

আমেৰিকাৰ নৰ্থ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক জুৱেল মকয়েৰ, কলেজ দ্য ফ্রান্স আৰু লণ্ডন স্কুল অব ইক’নমিকছৰ অধ্যাপক ফিলিপ এঘিয়ন আৰু আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক পিটাৰ হয়িটলৈ এই বছৰৰ অৰ্থনীতিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। ৰয়েল ছুইডিচ একাডেমীয়ে আজি ষ্টকহ'মত প্ৰকাশ কৰা অনুসৰি উদ্ভাৱনী শক্তি আৰু গঠনমূলক বিঘটনেৰে কিদৰে অৰ্থনীতিৰ বিকাশ সম্ভৱ সেই বিষয়ে লাভ কৰা সফলতাৰ বাবে এই তিনিগৰাকী অধ্যাপকক এইবাৰৰ অৰ্থনীতিৰ ন’বেল পুৰস্কাৰৰ বাবে বাছনি কৰা হৈছে। এই পুৰস্কাৰৰ বাবদ এই অর্থনীতিবিদ কেইগৰাকীয়...

October 10, 2025 8:21 PM

views 73

মাৰিয়া কোৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ নৱেল বঁটা

ভেনিজুবেলাৰ আইৰণ লেডী মাৰিয়া কোৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ নৱেল বঁটা আগবঢ়োৱা হৈছে। গণতন্ত্ৰ ৰক্ষাৰ বাবে কেইবা দশক ধৰি স্বৈৰাচাৰিতাৰ বিৰুদ্ধে নির্ভিকতাৰে চলাই যোৱা সংগ্ৰামৰ বাবে ভেনিজুৱেলাৰ বৰ্তমাৰ বিৰোধী নেতৃ মাৰিয়া কোৰিনা মাচাডোলৈ শান্তিৰ নবেল বঁটা আগবঢ়োৱা হৈছে। মাৰিয়া কোৰিনা মাচাডোয়ে বিগত ২ দশক জুৰি ভেনিজুৱেলত মুক্ত নিৰ্বাচনৰ বাবে যুঁজ দি আহিছে। নিজৰ দেশতে প্ৰাণৰ ভাবুকি লৈ কাম কৰি যোৱা মাৰিয়াক ২০২৪ চনৰ নিৰ্বাচনত প্রার্থীত্ব আগবঢ়োৱাটো চৰকাৰে বাধা প্রদান কৰিছিল। ভেনিজুৱেলত নিকোলাচ মাড়ুৰ...

October 7, 2025 7:38 PM

views 37

আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বৰ্ষৰ পদার্থ বিজ্ঞানৰ নবেল বঁটা

চীপ ব্যৱহাৰৰ দ্বাৰা কোৱাণ্টাম পদার্থ বিজ্ঞানৰ ক্রিয়াশীল ৰূপৰ প্ৰদৰ্শনৰ অভূতপূর্ব পৰীক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বৰ্ষৰ পদার্থ বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। বিজ্ঞানী তিনিগৰাকীৰ গৱেষণাৰ ফলত কোৱান্টাম কম্পিউটাৰ, কোৱাণ্টাম সংবেদনগ্রাহক আৰু কোৱাণ্টাম সংকেতবিদ্যাৰ অগ্ৰগতিৰ পথ প্রশস্ত হৈছে। নবেল বঁটাৰে পুৰস্কৃত জন ক্লার্ক, মিচ্চেল ডেৱাৰেট আৰু জন মার্টিনীজ কেলিফর্ণিয়া আৰু য়েল বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। ৰয়েল ছুইচ একাডেমী অব চায়েন্সেছে তিনিওগৰাকী বিজ্ঞানীক ১ কোটি ১০ লাখ ছু...