December 11, 2025 7:48 PM

views 25

ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱসৰ শুভাৰম্ভ

কামৰূপ মহানগৰ জিলাত আজি ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱসৰ ৰাজ্যিক পৰ্যায়ত শুভাৰম্ভ কৰা হয়। এবছৰৰ পৰা ১৯ বছৰ বয়সৰ শিশুসকলক পেলুমুক্ত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী প্ৰতি বছৰে দুবাৰকৈ পালন কৰা হয়। সমগ্র শিক্ষা অভিযানৰ মিছন সঞ্চালক ডাঃ ওম প্রকাশে মহানগৰীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ অংগনবাড়ী কেন্দ্ৰ আক বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৌচগাৰৰ ব্যৱহাৰ, পৰিস্কাৰকৈ হাত ধোৱাৰ অভ্যাস গঢ়ি তোলা আৰু বিশুদ্ধ খোৱাপানী সেৱনৰ সম্পৰ...