May 31, 2025 1:18 PM

views 11

আজি বিশ্ব ধঁপাতবিৰোধী দিৱস

ধঁপাত সেৱনৰ ফলত হ'ব পৰা বিপদৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি বিশ্ব ধঁপাতবিৰোধী দিৱস পালন কৰা হৈছে৷ ধঁপাতৰ সেৱন বন্ধ কৰাৰ বাবে এয়া বিশ্ব স্বাস্থ্য সংস্থাৰ এটা বিশ্বব্যাপী পদক্ষেপ। WHOৰ তথ্য অনুসৰি বিশ্বজুৰি প্ৰায় ১৩ বিলিয়ন লোকে ধঁপাত সেৱন কৰে আৰু ভাৰত ধঁপাতৰ দ্বিতীয় বৃহত্তম উৎপাদনকাৰী আৰু সেৱনকাৰীৰ দেশলৈ পৰ্যবসিত হৈছে। Global Youth Tobacco Survey ২০১৯ৰ তথ্য অনুসৰি সমগ্ৰ দেশতে ১৩ৰ পৰা ১৫ বছৰ বয়সৰ ৮.৫ শতাংশ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ ধঁপাত সেৱন কৰে। ধঁপাত মহামা...