May 24, 2025 3:53 PM

views 24

শিক্ষানুষ্ঠানসমূহ ধঁপাতমুক্ত কৰাৰ বাবে এটা ৰাষ্ট্ৰজোৰা বিধি বলৱৎকাৰী অভিযান মুকলি

শিক্ষা মন্ত্ৰালয়ে দেশৰ ছাত্ৰ-ছাত্ৰী তথা যুৱ প্ৰজন্মক ধঁপাত তথা ধঁপাতৰ কুব্যৱহাৰৰ পৰা সুৰক্ষিত তথা আঁতৰাই ৰখাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানসমূহ ধঁপাতমুক্ত কৰাৰ বাবে এটা ৰাষ্ট্ৰজোৰা বিধি বলৱৎকাৰী অভিযান মুকলি কৰিছে। বিশ্ব ধপাতমুক্ত দিৱসৰ সৈতে সংগতি ৰাখি অহা ৩১ মে'ত মাহজোৰা এই অভিযান আৰম্ভ কৰা হ'ব আৰু ২৬ জুনত ইয়াৰ সামৰণি পৰিব। এই অভিযানৰ অধীনত শিক্ষানুষ্ঠানসমূহৰ পৰা ১০০ গজৰ ভিতৰত ধপাতৰ বিক্ৰীৰ ক্ষেত্ৰত কেতবোৰ বাধা নিষেধ আৰোপ কৰা হ'ব। এই নিষেধাজ্ঞাসমূহ অমান্য কৰিলে ল'বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত এটা মা...