June 29, 2024 9:12 PM

views 10

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১২ জুলাইলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ

দিল্লীৰ এখন আদালতে আবকাৰী নীতি সম্পৰ্কীয় এটা দুৰ্নীতিৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১২ জুলাইলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। তিনি দিনীয়া চি বি আইৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত আজি ন্যায়ালয়ে এইদৰে ৰায় দিয়ে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে জেৰা কৰাৰ বাবে আম আদমী পাৰ্টীৰ নেতাগৰাকীক জিম্মাত লোৱাৰ বাবে অনুৰোধ জনাই চি বি আয়ে দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি ২৬ জুনত শ্ৰী কেজৰিৱালক তিনি দিনৰ তদন্তকাৰী সংস্থাটোৰ জিম্মালৈ প্ৰেৰণ কৰিছ। ইয়াৰ এদিন পূৰ্বে চি বি আয়ে আৱকাশকালীন ন্যায়াধীশ অমিতাভ ...