March 27, 2025 9:21 PM

views 10

কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বন্ধু আৰু কৃষকৰ কল্যাণৰ হকে অহৰহ কাম কৰি আহিছেঃ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বন্ধু আৰু কৃষকৰ কল্যাণৰ হকে অহৰহ কাম কৰি আহিছে বুলি মন্তব্য কৰিছে। তেওঁ কয়, যে এই বিবেচনাৰে কৃষকৰ উৎপাদিত সামগ্ৰীসমূহ ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰা হৈছে। শ্রীচৌহানে কয়, যে ৰাজ্য চৰকাৰসমূহে ন্যূনতম সমৰ্থন মূল্যৰ তলত কৃষকৰ উৎপাদিত সামগ্রী ক্রয় নকৰাৰ সিদ্ধান্ত সুনিশ্চিত কৰা উচিত। কৃষি মন্ত্ৰী শ্ৰীচৌহানে কয়, যে অন্ধ্রপ্রদেশ, গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু তেলেংগানাত ন্যূনতম সমর্থন মূল্যত সামগ্রী ক্ৰয় কৰাৰ প্ৰক্ৰিয়া চলি আছে। ত...