June 10, 2025 7:19 PM

views 34

ভাৰতে কোনো ধৰণৰ সন্ত্ৰাসবাদী কার্যকলাপ সহ্য নকৰেঃ নিত্যানন্দ ৰায়

ভাৰতে কোনো ধৰণৰ সন্ত্ৰাসবাদী কার্যকলাপ সহ্য নকৰে আৰু সন্ত্ৰাসবাদ দমনৰ বাবে কঠোৰ ব্যৱস্থা অব্যাহত ৰাখিব বুলি কেন্দ্ৰীয় গৃহ পৰিক্ৰমা ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰকাশ কৰিছে। পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক বৰ্বৰ কাৰ্য বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিলে আৰু দেশখনত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধংস কৰিলে। মন্ত্ৰী ৰায়ে নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ডৰ আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্র উদ্বোধন কৰি এইদৰে কয়। সন্ত্ৰাসবাদক বিশ্বজ...

February 4, 2025 8:35 PM

views 17

বাংলাদেশৰ সীমান্তৰ ৩,২৩২ কিলোমিটাৰৰো অধিক অংশত বেৰ স্থাপন কৰা হৈছে : ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়

বাংলাদেশৰ সৈতে থকা ভাৰতৰ মুঠ ৪ হাজাৰ ৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ ৩ হাজাৰ ২৩২ কিলোমিটাৰৰো অধিক অংশত বেৰ স্থাপন কৰা হৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেঁও কয়, যে বেৰ স্থাপনৰ ফলত সীমান্তৰে হোৱা অপৰাধমূলক গতিবিধি, চোৰাং বেহা আৰু অপৰাধীৰ অনুপ্ৰৱেশৰ ঘটনা হ্ৰাস পাইছে আৰু সীমান্তক অপৰাধমুক্ত কৰি তোলাত ই সহায় কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে বাংলাদেশৰ সৈতে থকা দেশৰ প্ৰায় ৮৬৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা অংশত বেৰ স্থাপন কৰিবলৈ বাকী আছে আৰু ইয়...