September 7, 2025 8:16 PM September 7, 2025 8:16 PM

views 22

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মহিলাসকলৰ কৰ্ম সংস্থাপনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ আঁচনিৰ শুভাৰম্ভ

বিহাৰত আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মহিলাসকলৰ কৰ্ম সংস্থাপনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ আঁচনিৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ প্ৰচাৰৰ বাবে এটা প'ৰ্টেলো মুকলি কৰে। এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ পৰা এগৰাকী মহিলাক নিজৰ পছন্দ অনুযায়ী ব্যৱসায় আৰম্ভ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। আৰ্থিক সাহায্যৰ প্ৰথম কিস্তি হিচাপে প্ৰতিগৰাকী নিৰ্বাচিত মহিলাই নিজৰ ব্যৱসায়িক কার্যকলাপ আৰম্ভ কৰিবলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে ১০ হাজাৰ টকা লাভ কৰিব। প...