January 19, 2026 7:50 PM

views 26

বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীনৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন দাখিল

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি সন্ধিয়া সামৰণি পৰে। বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীনে ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰীকে ধৰি বিজেপিৰ অন্যান্য সদস্যই ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে নীতিন নবীনৰ নাম আগবঢ়ায়। দলটোৰ ৰাষ্ট্ৰীয় ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখি...

December 14, 2025 9:33 PM

views 14

বিজেপিৰ জ্যেষ্ঠ নেতা নীতিন নবীনক ৰাষ্ট্রীয় কার্যকৰী সভাপতি হিচাপে নিযুক্তি

বিজেপিৰ সংসদীয় পৰিষদে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ জ্যেষ্ঠ নেতা নীতিন নবীনক ৰাষ্ট্রীয় কার্যকৰী সভাপতি হিচাপে নিযুক্তি দিছে। নীতিন নবীনে সম্প্রতি বিহাৰ চৰকাৰৰ এগৰাকী মন্ত্ৰী হিচাপে সেৱা আগবঢ়াই আছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জ্যেষ্ঠ নেতাগৰাকীক শুভেচ্ছা জনাই কয় যে নীতিন নবীন হৈছে দলৰ এগৰকী কঠোৰ পৰিশ্রমী কর্মী আৰু বিহাৰৰ বিধায়ক তথা মন্ত্রী হিচাপে তেওঁৰ যথেষ্ট সাংগঠনিক অভিজ্ঞতা আছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্ন জনে ৰাষ্ট্রীয় কা...