January 20, 2026 6:37 PM

views 30

বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত

বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছে। দলৰ ৰিটাৰ্ণিং বিষয়া ড০ কে লক্ষ্মণে আজি শ্ৰীনবীনক নতুন দিল্লীত অৱস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰাৰ লগতে সংগঠন পৰ্ব অনুষ্ঠানত নিৰ্বাচনৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। শ্ৰীনবীনক দলৰ জ্যেষ্ঠ নেতাসকল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডা আৰু কেন্দ্ৰীয় পথ পৰিবহন...