January 7, 2026 12:42 PM

views 19

নীটি আয়োগৰ চলিত বিত্তীয় বৰ্ষৰ কাম-কাজ সম্পর্কীয় ত্রিমাসিক প্রতিবেদন-ট্রেড ৱাচৰ পঞ্চম সংস্কৰণ প্ৰকাশ

নীটি আয়োগে চলিত বিত্তীয় বৰ্ষৰ কাম-কাজ সম্পর্কীয় ত্রিমাসিক প্রতিবেদন-ট্রেড ৱাচৰ পঞ্চম সংস্কৰণ প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি প্ৰকাশ কৰা এই শেহতীয়া সংস্কৰণত ভাৰতৰ ব্যৱসায়িক দিশত হৈ থকা গাঁথনিগত পৰিৱৰ্তনৰ বিষয়ে প্ৰকাশ কৰা হৈছে। প্ৰতিবেদনখনত এইবুলি কোৱা হৈছে যে বর্তমান প্রযুক্তিগত ৰপ্তানিৰ ভূমিকা বৃদ্ধি পোৱাৰ লগতে সেৱা খণ্ডৰ বৃদ্ধি পৰিলক্ষিত হৈছে আৰু আমদানিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন পৰিলক্ষিত হৈছে। এই উপলক্ষে দিয়া ভাষণত নীটি আয়োগৰ সদস্য ডা০ অৰবিন্দ ভিমানিয়ে কৈছে, যে শেহতীয়া এই প্ৰত...