May 25, 2025 10:38 AM
নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠকত অপাৰেচন সিন্দূৰ সন্দৰ্ভত সশস্ত্র বাহিনীসমূহলৈ দেশৰ সকলো ৰাজ্যৰ সমৰ্থন
সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে কালি নতুন দিল্লীত অনুষ্ঠিত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠকত অপাৰেচন সিন্দূৰ সন্দৰ্ভত সশস্ত্র বাহিনীসমূহলৈ সমৰ্থন প্রকাশ কৰে। নতুন দিল্লীত কালি স...