May 25, 2025 10:38 AM

views 12

নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠকত অপাৰেচন সিন্দূৰ সন্দৰ্ভত সশস্ত্র বাহিনীসমূহলৈ দেশৰ সকলো ৰাজ্যৰ সমৰ্থন

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে কালি নতুন দিল্লীত অনুষ্ঠিত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠকত অপাৰেচন সিন্দূৰ সন্দৰ্ভত সশস্ত্র বাহিনীসমূহলৈ সমৰ্থন প্রকাশ কৰে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্ৰমণ্যমে কয়, যে পেহেলগামৰ ঘটনাক লৈ জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল আৰু প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰতিৰক্ষা বাহিনীসমূহৰ ভূমিকা তথা সাহস আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ভূয়সী প্ৰশংসা কৰিছে। তেওঁ কয়, যে বৈঠকত প্রধানমন্ত্রী মোদীয়ে...

July 27, 2024 9:06 PM

views 16

নীতি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠকত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিকশিত ভাৰত, ২০৪৭ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে মহৎ আকাংক্ষা। নীতি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি আজি নৰেন্দ্ৰ মোদীয়ে লগতে কয় যে, ৰাজ্যসমূহে এই লক্ষ্যত উপনীত হ'বৰ বাবে সক্রিয় ভূমিকা গ্ৰহণ কৰিব পাৰে, কিয়নো ৰাজ্যসমূহ প্ৰত্যক্ষভাৱে জনসাধাৰণৰ সৈতে জড়িত হৈ আছে। তেওঁ কয় যে, এই দশকতো হৈছে পৰিৱৰ্তন, প্রযুক্তিগত আৰু ভূৰাজনৈতিক সম্পৰ্কৰ সময়। ভাৰতে এই সুবিধাসমূহ গ্ৰহণ কৰি বৈদেশিক বিনিয়োগৰ বাবে অনুকূল হিচাপে গঢ়ি তুলিব লাগে। ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে...