November 9, 2025 12:04 PM
4
ডিমা হাচাও জিলাৰ হাৰাঙ্গাজাওৰ জলপ্রপাতত সন্ধানহীন এন আই টিৰ দুজন ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ডিমা হাচাও জিলাৰ হাৰাঙ্গাজাওৰ বৌলচল জলপ্রপাতত কালি সন্ধানহীন হোৱা শিলচৰ এন আই টিৰ অভিযান্ত্রিক বিভাগৰ প্ৰথম বৰ্ষৰ দুগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰৰ ভিতৰত দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এন ডি ...