September 18, 2024 12:09 PM September 18, 2024 12:09 PM

views 3

নতুন দিল্লীত আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এন পি এছ বাৎসল্য আঁচনিৰ শুভাৰম্ভ কৰিব

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি নতুন দিল্লীত এন পি এছ বাৎসল্য আঁচনিৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ প্ৰচাৰ-পত্ৰিকা উন্মোচনৰ লগতে নতুন নাবালক উপভোক্তাসকলক স্থায়ী অৱসৰ একাউণ্ট নম্বৰ (প্রাণ) কাৰ্ড বিতৰণ কৰিব। শিশু উপভোক্তাসকলক প্ৰাণ কাৰ্ডৰ জৰিয়তে এ পি এছ বাৎসল্যত অন্তৰ্ভুক্ত কৰা হ'ব। এই কাৰ্যসূচীত বিদ্যালয় ছাত্র-ছাত্রীসকলে ভাগ ল'ব। নতুন দিল্লীত আয়োজিত এই কাৰ্যসূচীৰ সমান্তৰালভাৱে সমগ্ৰ দেশৰ প্ৰায় ৭৫টা স্থানত একে সময়তে এই মুকলি অনুষ্ঠান অ...