March 26, 2025 8:32 PM

views 11

ৰাজ্যসভাত বেংকৰ আইন সংশোধনী বিধেয়ক ২০২৪ বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন

ৰাজ্যসভাত আজি বেংকৰ আইন সংশোধনী বিধেয়ক ২০২৪ বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন কৰে। এই বিধেয়ক ১৯৩৪ চনৰ ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, বেংকৰ নিয়ন্ত্রণ আইন ১৯৪৯, ভাৰতীয় ষ্টেট বেংক আইন ১৯৫৫, বেংকিং কোম্পানী আইন ১৯৭০ আৰু ১৯৮০ ৰ সংশোধনী বিচৰা হৈছে। এই সংশোধনীত প্ৰতিটো বেংকৰ একাউণ্ট ধাৰকসকলৰ পূৰ্বৰ এজন নমিনি থকাৰ বিপৰীতে ৪ জন নমিনি দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই বিধেয়কত বেংকৰ অটিসকলৰ পাৰিতোষিক বৃদ্ধিৰ পোষকতা কৰা হৈছে। আলোচনাত অংশ লৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে দেশৰ বেংকিং খণ্ডৰ সৱলীকৰণৰ...