May 5, 2025 8:41 PM May 5, 2025 8:41 PM

views 23

এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাতো কান্দাক সাক্ষাৎ বিত্তমন্ত্রী সীতাৰমণৰ

আজি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ইটালীৰ মিলানত অনুষ্ঠিত ৫৮ সংখ্যক এ দি বিৰ বাৰ্ষিক বৈঠকৰ সময়ত এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাতো কান্দাক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতে ব্যক্তিগত খণ্ডৰ নেতৃত্বত অর্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ বাবে ভাৰতে বিভিন্ন পদক্ষেপেৰে ধাৰাবাহিকভাৱে অনুকুল নীতি আৰু নিয়ন্ত্ৰণ পৰিবেশ তন্ত্ৰ সৃষ্টি কৰি ৰাখিছে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ভাৰতে এ দি বি নতুন আৰু উদ্ভাৱনীমূলক বিত্তীয় সামগ্ৰী আৰম্ভ কৰাৰ সুযোগ প্ৰদান কৰে। প...

January 6, 2025 6:07 PM January 6, 2025 6:07 PM

views 11

মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সভাপতিত্বত বাণিজ্য সংঘৰ অংশীদাৰ আৰু প্ৰতিনিধিৰে অষ্টম সংখ্যক বাজেট পর্যালোচনা বৈঠক

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সভাপতিত্বত আজি নতুন দিল্লীত বাণিজ্য সংঘৰ অংশীদাৰ আৰু প্ৰতিনিধিৰ সৈতে অষ্টম সংখ্যক বাজেট পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিলৰ পূৰ্বে অনুষ্ঠিত এই সভাত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগৰ বিত্ত সচিব সব কেইবাজনো উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।