May 30, 2025 7:42 PM
ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰীয় ফ্ল’ৰেঞ্চ নাইটিংগেল পুৰস্কাৰ ২০২৫ প্ৰদান
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি দেশৰ পোন্ধৰ গৰাকী নাৰ্ছক ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰীয় ফ্ল'ৰেঞ্চ নাইটিংগেল পুৰস্কাৰ ২০২৫ প্ৰদান কৰে। নাছিং ক্ষেত্ৰখনলৈ তেওঁলোকে আগবঢ়োৱা অবিস্মৰণ...