May 30, 2025 7:42 PM
28
ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰীয় ফ্ল’ৰেঞ্চ নাইটিংগেল পুৰস্কাৰ ২০২৫ প্ৰদান
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি দেশৰ পোন্ধৰ গৰাকী নাৰ্ছক ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰীয় ফ্ল'ৰেঞ্চ নাইটিংগেল পুৰস্কাৰ ২০২৫ প্ৰদান কৰে। নাছিং ক্ষেত্ৰখনলৈ তেওঁলোকে আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ স্বীকৃতিস্বৰূপে এই সন্মান আগবঢ়োৱা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী জে পি নাড্ডা, ৰাজ্যমন্ত্রী অনুপ্রিয়া পেটেল আৰু প্ৰতাপৰাও যাদৱো এই অনুষ্ঠানত উপস্থিত আছিল। কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্রালয়ে ১৯৭৩ চনৰ পৰা ৰাষ্ট্ৰীয় ফ্ল'ৰেঞ্চ নাইটিংগেল পুৰস্কাৰ প্ৰদান কৰি আহিছে। নাছিং...