January 7, 2026 12:49 PM January 7, 2026 12:49 PM
8
NIFT-ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে ২০২৬-২৭ বৰ্ষৰ আবেদন পত্র দাখিলৰ অন্তিম দিন বৃদ্ধি
ফেশ্বন টেকন'লজিৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, NIFT-য়ে ফেশ্বন ডিজাইন, ব্যৱস্থাপনা আৰু প্ৰযুক্তিৰ বিভিন্ন স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে ২০২৬-২৭ বৰ্ষৰ আবেদন পত্র দাখিলৰ অন্তিম দিন চলিত মাহৰ ১৩ তাৰিখলৈ বৃদ্ধি কৰিছে। বস্ত্ৰ মন্ত্ৰালয়ে জনোৱা মতে, হ্ৰাস কৰা মাচুলৰ সুবিধা সর্বাধিক প্রার্থীয়ে যাতে লাভ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা বৃদ্ধি কৰা হৈছে। যোৱা মাহত মন্ত্রালয়ে মুকলি, অ'বিচি (NCL) আৰু মুকলি- EWS শাখাৰ প্ৰাৰ্থীৰ বাবে ৩ হাজাৰৰ টকাৰ পৰা ২ হাজাৰ টকা আৰু অনুসূচিত জাতি, অনুসূচিত জন...