December 2, 2025 11:38 AM December 2, 2025 11:38 AM

views 2

জম্মু- কাশ্মীৰ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত এন আই এৰ তালাচী অভিযান অব্যাহত

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা- এন আই এয়ে দিল্লী গাড়ী বোমা বিস্ফোৰণৰ তদন্তৰ অংশ হিচাপে জম্মু- কাশ্মীৰ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত তালাচী অভিযান অব্যাহত ৰাখিছে। এটা বিবৃতি যোগে এন আই এয়ে জম্মু-কাশ্মীৰৰ ছ’পিয়ান, কুলগাম, পুলৱামা আৰু অৱন্তিপুৰ জিলাৰ মুঠ ৮টা অঞ্চল তথা লক্ষ্ণৌৰ এটা স্থানত কালি অভিযান চলোৱা বুলি প্ৰকাশ কৰিছে। সংস্থাটোৱে লগতে দুয়োখন ৰাজ্যৰ কেইবাজনো অভিযুক্ত আৰু সন্দেহজনক লোকৰ চৌহদত চলোৱা অভিযানকালত ভালেমান ডিজিটেল সা-সামগ্ৰীৰ লগতে আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে। ইয়াৰ পূৰ্বে যোৱা ...