June 22, 2025 7:20 PM

views 19

পেহেলগাম ঘটনাৰ সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ

পেহেলগামত সংঘটিত সন্ত্রাসবাদীৰ আক্ৰমণৰ ঘটনাটোৰ অনুসন্ধান চলাই থকা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা এন আই এ-ই দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। আক্রমণ সংঘটিত কৰা সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগত এই লোক দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। অনুসন্ধানকাৰী সংস্থাটোৱে এটা বিবৃতিত প্ৰকাশ কৰা মতে, বাটকোট অঞ্চলৰ বাসিন্দা পাৰভেজ আহমদ যোথাৰ আৰু পেহেলগামৰ হিল পার্ক এলেকাৰ বাসিন্দা বছিৰ আহমদ যোথাৰ নামৰ ধৃত লোক দুজনে পেহেলগামৰ ঘটনাটোৰ সৈতে জড়িত ৩ জন সন্ত্রাসবাদীক চিনাক্ত কৰিছে। এই সন্ত্ৰাসবাদী কেইটা লস্কৰ ই তৈবা সৈতে জড়িত ...

May 26, 2025 9:19 PM

views 22

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ বিষয়াক দেশৰ স্পৰ্শকাতৰ তথ্য প্ৰদান কৰাৰ অভিযোগত চি আৰ পি এফ জোৱানক গ্ৰেপ্তাৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ বিষয়াক দেশৰ স্পৰ্শকাতৰ তথ্য প্ৰদান কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা-এন আই এয়ে আজি এজন চি আৰ পি এফ জোৱানক গ্ৰেপ্তাৰ কৰিছে। এন আই এ জনোৱা মতে, অভিযুক্ত চি আৰ পি এফ জোৱানজনে ২০২৩ চনৰ পৰাই পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ বিষয়াৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় গোপন তথ্য আদান প্ৰদান কৰিছিল আৰু ইয়াৰ বিনিময়ত পাকিস্তানৰ পৰা বিভিন্ন মাধ্যমেৰে জোৱানজনে মোটা অংকৰ ধন লাভ কৰিছিল। তদন্তকাৰী সংস্থাটোৱে জোৱানজনক জেৰা অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁক পাতিয়ালা...

October 10, 2024 12:03 PM

views 23

হিজবুত তাহৰিৰ ৰাজ্যিক মুৰব্বী ফাইজুল ৰহমানক এন আই এৰ দ্বাৰা গ্ৰেপ্তাৰ

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই হিজবুত তাহৰি গোচৰৰ এজন অভিযুক্তক পুডুচেৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে। সংস্থাটোৱে জনোৱা মতে, নাকিব নামেৰে চিনাক্ত কৰা হিজবুত তাহৰিৰ ৰাজ্যিক মুৰব্বী ফাইজুল ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে। সংস্থাটোৱে কৈছে যে, হিজবুত তাহৰিৰ কৰ্মী হামিদ হুছেইনে আন একাংশৰ সহযোগত চেন্নাইত দলৰ জাতীয় বিৰোধী মতামত প্ৰচাৰ কৰি বিচ্ছিন্নতাবাদী মতাদর্শ বিয়পাইছিল। নিয়াই কৈছে যে, ফাইজুল ৰহমানে দলটোৰ আদৰ্শ প্ৰচাৰৰ উদ্দেশ্যে তামিলনাডুৰ কেইবাখনো ঠাইত একে মতাদৰ্শৰ বহু মানুহৰ মাজত কেইবাখনো গোপন বৈঠক অনুষ্ঠ...